Wednesday 6 March 2013



Assamese poetry (Quatrain)
শুকান শুকান ফাগুনৰ বতাহে যেন পলাশ মদাৰৰ ৰং বোৰ মাটিত বোৱাই
উৰণীয়া কৰিব খুজিছে ৰসাল মনবোৰ
উৰণীয়া মন মোৰ
উৰি যাব খুজে দূৰ...

**  ৰন্তু  ** 

By- H.J Mahanta, Kahilipara, Guwahati

1 comment: